পশ্চিম বিলাসীপাৰাৰ গুটিপাৰাৰ এগৰাকী 40 বছৰীয়া ব্যক্তি নিৰুদ্দেশ। পৰিয়ালত হাহাকাৰময় পৰিস্থিতি। কৰ্ণাটকৰ পৰা ৰেল যোগে ধুবুৰী জিলাৰ বিলাসীপাৰা ঘৰ অভিমুখে উভতাৰ পথত নিখোজ হোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ। 2 নবেম্বৰ তাৰিখত ঘৰলৈ ৰওনা হৈছিল পশ্চিম বিলাসীপাৰাৰ গুটিপাৰা পঞ্চম খণ্ডৰ কোৰপ আলীৰ পুত্ৰ ছুৰুত জামালে(৪০) #virel #dhubri #viralpic #bilasipara #Alamganj #assam #assamvirelvideo