Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
जनसमस्या
कांग्रेस
चोरी
Accident
Congress
Modi
Delhi
Viral
Crime
Rajasthan
Bollywood
Patna
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Nsui
उत्तरप्रदेश
Madhyapradesh
Pmmodi
usr17743701
ঔম শান্তি খবৰৰ মাজত ৰৈ যোৱা এক খবৰ । নেৱা প্ৰসাদ য়াদৱ অসমৰ প্ৰথম সাংবাদিক যি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খবৰ DDInternational যোগে বাহিৰত প্ৰচাৰ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰখনৰ খবৰ প্ৰকাশ কৰা প্ৰথম হাড়ে হিমজুৱে অসমীয়া সাংবাদিক আৰু পত্নী অসমীয়া স্কুলৰ শিক্ষয়িত্ৰী। উলুবাৰী শ্মশানত শেষকৃত্য হল সম্পন্ন । দুখৰ বিষয় শেষ সময়ত এইজন সাংবাদিক গল নিৰৱে নাপালে কোনেও তিলমাণো খবৰকে । উল্লেখ কৰিব লাগিব যিখন শ্মশানৰে উপ-সভাপতি আছিল সেই শ্মশানতে চিৰনিদ্ৰাত আজি চাৰিটা দিনৰ পূবে এই গৰাকী সাংবাদিক । বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে জনালো শ্ৰদ্ধাঞ্জলি । dipankar dev sharma wall ৰ সহায় লৈ #highlightseveryone #follower #everyonefollowers
Sibsagar, Sivasagar
| Sep 15, 2026
#highlightseveryone
#follower
#everyonefollowers
MORE NEWS
যোৱা কালি জুবিন ক্ষেত্ৰলৈ এবাৰো নগ'ল ! নামটো কি তোমাৰ? এইটোৱেই গণ্ডগোল সদায় সাংবাদিকৰ প্ৰশ্ন শুনি খং উঠিল মুখ্যমন্ত্ৰীৰ উত্তৰ
Sibsagar, Sivasagar | Sep 20, 2026
শিৱসাগৰৰ নগৰৰ মাজমজিয়াৰ মুক্তি নাথ চাৰিআলিত উজনি অসম থলুৱা মুছলিম পৰিষদকে আদি কৰি কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত জুবিন দিৱস পালন ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি জুবিন দিৱস পালন কৰি বিনামূলীয়াকৈ স্প্ৰে আৰ্ট গামোচা স্পৰ্টিংত কৰিছে সংগঠন কেইটাৰ উদ্যোগত #highlight #everyone #ZubeenGarg #follower
Sibsagar, Sivasagar | Sep 19, 2026
লেহ-লাডাখৰ শান্তি স্তুপাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি শিৱসাগৰৰ পাঁচ যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি অসমৰ সংগীতজগতৰ মহীৰূহ, যুৱ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস তথা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ লেহ-লাডাখৰ ভূমিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে শিৱসাগৰৰ পাঁচ বন্ধুৱে। লেহৰ ঐতিহাসিক শান্তি স্তুপত উপস্থিত হৈ পাঁচ যুৱকে জুবিন গাৰ্গৰ স্মৃতিত নীৰৱ শ্ৰদ্ধা নিবেদন কৰে। লাডাখৰ নিৰ্মল আকাশ, শান্ত পৰিৱেশ আৰু হিমালয়ৰ বিশালতাৰ মাজত প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা এই শ্ৰদ্ধাঞ্জলিয়ে এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে। শিৱসাগৰৰ পৰা লেহ-লাডাখ ভ্ৰমণলৈ অহা এই পাঁচ বন্ধু হৈছে পাৰ্থপ্ৰতীম বৰা, বিশ্বজিৎ, পবিত্ৰ, জ্ঞানদীপ আৰু মনদীপ। বন্ধুত্বৰ এক সপোনৰ যাত্ৰাক স্মৰণীয় কৰি তুলিবলৈ তেওঁলোকে জুবিন গাৰ্গৰ স্মৃতিত এই বিশেষ শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰে। তেওঁলোকৰ মতে, “জুবিন কেৱল এজন শিল্পী নাছিল; তেওঁ আছিল অসমীয়া জাতিৰ আৱেগ, আমাৰ যৌৱনৰ সংগী আৰু আমাৰ সপোনৰ এক অবিচ্ছেদ্য অংশ। লাডাখৰ এই শান্তিৰ ভূমিৰ পৰা তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।” অসমৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত, হিমালয়ৰ বুকুত জুবিনৰ স্মৃতিক সুঁৱৰি শিৱসাগৰৰ এই পাঁচ বন্ধুৱে যেন আকৌ এবাৰ প্ৰমাণ কৰিলে— ভৌগোলিক দূৰত্বই হৃদয়ৰ দূৰত্ব সৃষ্টি কৰিব নোৱাৰে। জুবিন গাৰ্গৰ কণ্ঠৰ সুৰ যেন লাডাখৰ নিৰৱ পাহাৰতো আজি প্ৰতিধ্বনিত— #highlight #everyone #follower #nonfollowers
Sibsagar, Sivasagar | Sep 19, 2026
জুবিন দা অমৰ হঁওক--- জুবিন দাৰ হত্যাকাৰীক এনকাউন্টাৰ কৰক--- জুবিন দিৱসৰ দিনটোতেটে শিৱসাগৰত সমস্বৰে উচ্চাৰিত হ'ল জুবিন দাৰ ন্যায়ৰ দাবী--- শিলসাগৰত বীৰ লাচিত সেনাৰ উদ্যোগত আপোন শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন--- জুবিন গাৰ্গৰ কালজয়ী গীত "মায়াবিনী" পৰিৱেশন--- #JusticeForZubeenGarg #zubeengargfanclub_all_assam #sivasagar #Mayabini #GarimaSaikiaGarg #assam
Sibsagar, Sivasagar | Sep 19, 2026
জুবিন গাৰ্গৰ কালজয়ী গীত
Sibsagar, Sivasagar | Sep 19, 2026
লোক বাদ্য শিল্পী দ্বীজেন গগৈ ডাঙৰীয়াৰ নেতৃত্বত ষোল্ল ফুট দৈৰ্ঘ্যৰ বাঁহীত জুবিন গাৰ্গৰ গীতৰ ধ্বনি
Sibsagar, Sivasagar | Sep 19, 2026
শিৱসাগৰত জুবিন দিৱস শিৱসাগৰ বাসীৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি নগৰৰ মাজমজিয়াত
Sibsagar, Sivasagar | Sep 19, 2026
সদৌ অসম ছাত্ৰ সন্থা আহ্বান শিৱসাগৰ জিলা ছাত্র সন্থা উদ্যোগত পোহৰৰ চাকিগছি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অনুষ্ঠানতে জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীত পৰিবেশন কৰে প্ৰায় ১০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে। #sivasagar #assam #Mayabini #ZubeenGarg
Sibsagar, Sivasagar | Sep 19, 2026
শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পৰাত সমবেত জুবিন আনুৰাগী--- ২০১৭ চনত জুবিন গাৰ্গে নিজ হাতেৰে ৰূপন কৰা একেচিয়াৰ ছাঁত স্মৰণ অ-মৃত সংগীত সূৰ্য্যক--- জুবিন গাৰ্গ আৰু জয়সাগৰ পুখুৰীৰ পাৰ এটি এৰাব নোঁৱাৰা সম্বন্ধ আছিল--- এটা বৰ্ষ জুবিন গাৰ্গ অবিহনে সম্পূৰ্ণ হোৱাৰ দিনটোত পুণৰ বাৰ শ্ৰদ্ধাঞ্জলী জনাই জুবিন ফেন ক্লাৱে---
Sibsagar, Sivasagar | Sep 19, 2026