Latest News in Dudhnai (Local videos)
দুধনৈ: দুধনৈ ৰাজহুৱা খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বায়খো উৎসৱৰ সামৰণি পৰে
Dudhnai, Goalpara | Jun 12, 2025
abdussubhan71
Follow
Share
Next Videos
দুধনৈ: ৰাভা জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত বায়খো উৎসৱ উপলক্ষে গাহৰি আৰু কুকুৰা বলিৰে বায়খো দেৱীক পূজা-অৰ্চনা কৰা হয়
abdussubhan71
Dudhnai, Goalpara | Jun 11, 2025
দুধনৈ: দুধনৈৰ উদয়পুৰস্থিত আয়া বায়খো ধামত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়
abdussubhan71
Dudhnai, Goalpara | Jun 11, 2025
দুধনৈ: কৃষ্ণাইৰ আমগুৰিপাৰা ৰাজহুৱা খেলপথাৰত "বিকশিত কৃষি সংকল্প অভিযান" প্ৰাক খাৰিফ অভিযানৰ সভা অনুষ্ঠিত হয়
abdussubhan71
Dudhnai, Goalpara | Jun 10, 2025
দুধনৈ: দূধনৈত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ-নিযুক্ত সভাপতি গৌৰৱ গগৈৰ নিযুক্তিত উৎফুল্লিত হৈ আনন্দ উল্লাস কৰে
abdussubhan71
Dudhnai, Goalpara | May 28, 2025
দুধনৈ: কীৰ্তি চক্ৰ বঁটা বিজয়ী শ্বহীদ কনিষ্টবল জি ডি বাবলু ৰাভাৰ স্মৃতিত আবক্ষ মূৰ্তিদামৰা প্ৰাথমিক বিদ্যালয়ত উন্মোচন কৰা হয়
abdussubhan71
Dudhnai, Goalpara | May 28, 2025
দুধনৈ: দুধনৈ নৈৰ খাৰা চকলপাৰাত গা ধুৱলৈ গৈ সলিল সমাধি ঘটা নিহত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ
abdussubhan71
Dudhnai, Goalpara | May 28, 2025
দুধনৈ: দুধনৈৰ দোমনাপাৰাত বিজেপিৰ বুথ কমিটিৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়
#OperationSindoor
abdussubhan71
Dudhnai, Goalpara | May 25, 2025
দুধনৈ: দৰংগিৰীত মমৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়
abdussubhan71
Dudhnai, Goalpara | May 24, 2025
দুধনৈ: দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া বায়খো উৎসৱৰ লাইখুটা স্থাপন কৰে টংকেশ্বৰ ৰাভা।
abdussubhan71
Dudhnai, Goalpara | May 23, 2025
দুধনৈ: দুধনৈ নৈৰ কোৱাল সোঁতত উটি সন্ধানহীন হোৱা মাটিয়াৰ ক্ৰছফিল্ড চাংমাৰ মৃতদেহ উদ্ধাৰ
abdussubhan71
Dudhnai, Goalpara | May 22, 2025
দুধনৈ: দূধনৈ নৈৰ গাৰোপাৰা ঘাটত সন্ধানহীন হোৱা কিশোৰক বিচাৰি এচ ডি আৰ এফৰ অভিযান
abdussubhan71
Dudhnai, Goalpara | May 21, 2025
দুধনৈ: দুধনৈৰ উদয়পুৰৰ ফুলেশ্বৰী ৰাভা বৰ্মনৰ হত্যাকাৰী নিপজ্যোতি ৰাভাক ক্ৰাইম চিন প্ৰদৰ্শন কৰে আৰক্ষীয়ে
abdussubhan71
Dudhnai, Goalpara | May 18, 2025
দুধনৈ: দূধনৈত কুশধোৱা মণ্ডলৰ নৱ নিৰ্বাচিত প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱা হয়
abdussubhan71
Dudhnai, Goalpara | May 17, 2025
দুধনৈ: ধনুভাঙাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত -২
abdussubhan71
Dudhnai, Goalpara | May 17, 2025
দুধনৈ: ১০৫খন নিম্ন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষা মাধ্যমৰ অধিসূচনা জাৰি চৰকাৰৰ,দূধনৈত চৰকাৰক ধন্যবাদ জ্ঞাপন বেবাক ৰাভা ক্ৰৌৰাঙৰ
abdussubhan71
Dudhnai, Goalpara | May 16, 2025
দুধনৈ: দুধনৈৰ উদয়পুৰৰ *ফুলেশ্বৰী ৰাভা বৰ্মনক* হত্যা কৰা হত্যাকাৰী নিপজ্যোতি ৰাভা আৰক্ষীৰ জালত পৰে
abdussubhan71
Dudhnai, Goalpara | May 16, 2025
দুধনৈ: দুধনৈৰ উদয়পুৰত নিপজ্যোতি ৰাভা নামৰ যুৱকজনে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে ফুলেশ্বৰী ৰাভাক
abdussubhan71
Dudhnai, Goalpara | May 14, 2025
দুধনৈ: দুধনৈস্থিত ৰাভা হাছং পৰিষদৰ সচিবালয় প্ৰেক্ষাগৃহত পদ্মশ্ৰী ড° বিৰুবালা ৰাভাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয়
abdussubhan71
Dudhnai, Goalpara | May 13, 2025
দুধনৈ: দূধনৈৰ হাৰিমুৰা লালাবড়ীত মাটিয়া দলগোমা জিলা পৰিষদৰ এন ডি এৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী অশোক সিংহলে
abdussubhan71
Dudhnai, Goalpara | May 3, 2025
দুধনৈ: ৰংজুলিৰ সাৰাপাৰাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই
abdussubhan71
Dudhnai, Goalpara | Apr 30, 2025
দুধনৈ: জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত নাৰকীয় হত্যাকাণ্ডৰ প্ৰতিবাদত দুধনৈত এক প্ৰতিবাদী সমদল উলিওৱা হয়
abdussubhan71
Dudhnai, Goalpara | Apr 27, 2025
দুধনৈ: শালপাৰাত এন ডি এৰ প্ৰাৰ্থী ববিতা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাই
abdussubhan71
Dudhnai, Goalpara | Apr 27, 2025
দুধনৈ: ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি গৌৰীশংকৰ ৰাভাৰ মৃত্যুত দুধনৈত বিভিন্ন দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি
abdussubhan71
Dudhnai, Goalpara | Apr 20, 2025
দুধনৈ: দূধনৈত অসম সাহিত্য সভাৰ "নিজৰ দিন"উপলক্ষে জেষ্ঠ্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়
abdussubhan71
Dudhnai, Goalpara | Apr 15, 2025
Load More
Contact Us
Your browser does not support JavaScript!