Latest News in Chariduar (Local videos)
চাৰিদুৱাৰ: ৰঙাপৰাত এগৰাকী যুৱক গাত গুলিচালনা কৰাৰ অভিযোগ উঠিছে ৱাছিৰ খান নামৰ এগৰাকী লোকৰ বিৰুদ্ধে,এজাহাৰ দাখিল
Chariduar, Sonitpur | Jul 12, 2025
123456789000prasanta
Follow
Share
Next Videos
চাৰিদুৱাৰ: মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি সন্দৰ্ভত জামুগুৰিহাট বাৰেচহৰীয়া ভাওনা প্ৰকল্পত বিশেষ সভা অনুষ্ঠিত, উপস্থিত বিধায়ক
123456789000prasanta
Chariduar, Sonitpur | Jul 10, 2025
চাৰিদুৱাৰ: অসম গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত শোণিত কুঁৱৰী সংমণ্ডল ক্লাষ্টাৰৰ মহিলাসকলক লৈ ২ নং গৰুবন্ধাত বিশেষ আলোচনা সভা
123456789000prasanta
Chariduar, Sonitpur | Jul 9, 2025
চাৰিদুৱাৰ: কেইবাটাও দাবীৰে আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে সাধাৰণ ধৰ্মঘট,ৰঙাপৰাতো CITU ৰ উদ্যোগত পালন কৰিলে সাধাৰণ ধৰ্মঘট
123456789000prasanta
Chariduar, Sonitpur | Jul 9, 2025
চাৰিদুৱাৰ: ৯ জুলাই,অহাকালি দেশজুৰি ঘোষণা কৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচীত ৰঙাপৰাৰ পৰা পুৰ্ণ সমৰ্থন জনাইছে অখিল ভাৰতীয় চাহ মজদু সংঘই
123456789000prasanta
Chariduar, Sonitpur | Jul 8, 2025
চাৰিদুৱাৰ: সোমবাৰে বিয়লি ৫ বাজি ৩০ মিনিটত CITU ৰ উদ্যোগত ৰঙাপৰাত এখন প্ৰতিবাদী পথসভা অনুষ্ঠিত কৰে
123456789000prasanta
Chariduar, Sonitpur | Jul 7, 2025
চাৰিদুৱাৰ: বালিপৰা মজলীয়া বিদ্যালয়ত অসম চৰকাৰৰ সৰ্বশিক্ষা মিচনৰ অধীনত নিৰ্মাণ কৰা বিদ্যালয় গৃহৰ উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই
123456789000prasanta
Chariduar, Sonitpur | Jul 7, 2025
চাৰিদুৱাৰ: বিধায়কৰ উপস্থিতিত ধানখনাত মিছামাৰী গাওঁ পঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধিৰ আতিথ্যত মত বিনিময় তথা অভিনন্দন অনুষ্ঠান
123456789000prasanta
Chariduar, Sonitpur | Jul 4, 2025
চাৰিদুৱাৰ: সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অপমানসূচক মন্তব্য কৰাত ৰঙাপৰাত ক্ষোভিত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতা
123456789000prasanta
Chariduar, Sonitpur | Jun 29, 2025
চাৰিদুৱাৰ: ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰয়েল চৰেন
123456789000prasanta
Chariduar, Sonitpur | Jun 28, 2025
চাৰিদুৱাৰ: ঝুমুইৰ বিনন্দিনীত অংশ লোৱা শিল্পীসকলৰ বাবে চাৰিদুৱাৰ চাহ বাগিছাত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত, উপস্থিত বৰছলাৰ বিধায়ক
123456789000prasanta
Chariduar, Sonitpur | Jun 26, 2025
চাৰিদুৱাৰ: দক্ষিণ চিলাবন্ধা" গাঁও পঞ্চায়ত আৰু "চকীঘাট" গাঁও পঞ্চায়তৰ নব-নিৰ্বাচিত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন
123456789000prasanta
Chariduar, Sonitpur | Jun 24, 2025
চাৰিদুৱাৰ: পূব বৰভগীয়া গাঁও পঞ্চায়ত আৰু উত্তৰ বৰভগীয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ কাৰ্যসূচী, উপস্থিত বিধায়ক
123456789000prasanta
Chariduar, Sonitpur | Jun 22, 2025
চাৰিদুৱাৰ: ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত চাৰিদুৱাৰ চাহ বাগিছাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত
123456789000prasanta
Chariduar, Sonitpur | Jun 21, 2025
চাৰিদুৱাৰ: ধলাইবিল সাহিত্য সভা ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ নদুৱাৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত,উপস্থিত বিধায়ক পদ্ম হাজৰীকা
123456789000prasanta
Chariduar, Sonitpur | Jun 19, 2025
চাৰিদুৱাৰ: জামুগুৰিহাটৰ শান্তিপুৰস্থিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’য় ভয়ংকৰ পথ দুৰ্ঘটনা,ফলত আঘাতপ্ৰাপ্ত ৩ গৰাকী লোক
123456789000prasanta
Chariduar, Sonitpur | Jun 17, 2025
চাৰিদুৱাৰ: চাৰিদুৱাৰত ভাৰতীয় জনতা পাৰ্টীৰ চাৰিদুৱাৰ মণ্ডল সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত, উপস্থিত বিধায়ক পদ্ম হাজৰীকা
123456789000prasanta
Chariduar, Sonitpur | Jun 16, 2025
চাৰিদুৱাৰ: বালিপৰা অঞ্চলক বানমুক্ত কৰাৰ উদ্দেশ্যে জৰাসৰ নৈৰ পাৰত আজিৰে পৰা জিঅ’ টিউবৰ কামৰ শুভাৰম্ভণি, উপস্থিত থাকে বিধায়ক
123456789000prasanta
Chariduar, Sonitpur | Jun 12, 2025
চাৰিদুৱাৰ: কেকুকালি নেপালী গাঁৱৰ পৰা ২০ গ্ৰাম সন্দেহজনক হেৰ’ইন সহিতে এজনক আটক চাৰিদুৱাৰ আৰক্ষীৰ
123456789000prasanta
Chariduar, Sonitpur | Jun 6, 2025
চাৰিদুৱাৰ: জামুগুৰিহাটৰ বাপুজী ভৱনত অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ সভা,উপস্থিত বিধায়ক
123456789000prasanta
Chariduar, Sonitpur | Jun 3, 2025
চাৰিদুৱাৰ: বালিপৰাত ভাৰতীয় জনতা পাৰ্টিৰ নৱগঠিত শোণিতপুৰ জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত
123456789000prasanta
Chariduar, Sonitpur | Jun 1, 2025
চাৰিদুৱাৰ: ঘোৰামাৰী বুৰাগাঁওৰ এঘৰৰ পৰা ১.৯ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে তদন্তৰ বাবে দুজন যুৱকক আটক কৰে চাৰিদুৱাৰ আৰক্ষীয়ে
123456789000prasanta
Chariduar, Sonitpur | May 27, 2025
চাৰিদুৱাৰ: বৰঘুলিত যোৱা নিশা সংঘটিত হয় হত্যাকাণ্ডৰ ঘটনা,হত্যাকৰী স্বামীক আটক
123456789000prasanta
Chariduar, Sonitpur | May 26, 2025
চাৰিদুৱাৰ: পত্নীক হত্যা কৰা গোচৰত আদাবাৰী চাহ বাগিচাৰ পৰা স্বামীক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে চাৰিদুৱাৰ আৰক্ষীয়ে
123456789000prasanta
Chariduar, Sonitpur | May 21, 2025
চাৰিদুৱাৰ: ইটাখোলাৰ পৰা এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে
123456789000prasanta
Chariduar, Sonitpur | May 18, 2025
Load More
Contact Us
Your browser does not support JavaScript!