Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

News in Bengtol

ওৰাঙৰ  বৰদ বিএনএম ইণ্ডাষ্ট্ৰীৰ উদ্যোগত মাজবাটত  ধুপকাঠি পেকেজিং আৰু আচাৰ প্ৰস্তুুতকৰণ প্ৰনালীৰ  প্ৰশিক্ষণ -কৰ্মশালাত এমচিএলএ শ্যাম চুণ্ডীৰ অংশগ্ৰহণ-৷
পাঁচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ শ্যাম চুণ্ডীয়ে  প্ৰদান কৰে ৪লাখ টকাৰ আৰ্থিক সাহাৰ্য

ওৰাঙৰ বৰদ বিএনএম ইণ্ডাষ্ট্ৰীৰ উদ্যোগত মাজবাটত ধুপকাঠি পেকেজিং আৰু আচাৰ প্ৰস্তুুতকৰণ প্ৰনালীৰ প্ৰশিক্ষণ -কৰ্মশালাত এমচিএলএ শ্যাম চুণ্ডীৰ অংশগ্ৰহণ-৷ পাঁচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ শ্যাম চুণ্ডীয়ে প্ৰদান কৰে ৪লাখ টকাৰ আৰ্থিক সাহাৰ্য

Assam, India | Jun 23, 2026

কলাইগাঁও শংকৰদেৱ  শিশু নিকেতনৰ মাতৃ কৰ্মশালা সামৰণি ।
কৰ্মশালাত  অংকুৰ মুকুল শ্ৰেনীৰ মাতৃসকলৰ সত্তৰ  গৰাকীৰ অংশ গ্ৰহন ।
নিকেতনৰ  প্ৰধান আৰ্চায্যা মৰমী শইকীয়াৰ সভাপতিত্বত  অনুষ্ঠিত  হোৱা কৰ্মশালাত সমল ব্যক্তিহিচাপে উপস্থিত  থাকে মাজবাট শংকৰদেৱ  বিদ্যা নিকেতনৰ আৰ্চায্যা তথা তেজপুৰ বিভাগৰ শিশু বাটিকা গোলাপী মণ্ডলে ।

কলাইগাঁও শংকৰদেৱ শিশু নিকেতনৰ মাতৃ কৰ্মশালা সামৰণি । কৰ্মশালাত অংকুৰ মুকুল শ্ৰেনীৰ মাতৃসকলৰ সত্তৰ গৰাকীৰ অংশ গ্ৰহন । নিকেতনৰ প্ৰধান আৰ্চায্যা মৰমী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মশালাত সমল ব্যক্তিহিচাপে উপস্থিত থাকে মাজবাট শংকৰদেৱ বিদ্যা নিকেতনৰ আৰ্চায্যা তথা তেজপুৰ বিভাগৰ শিশু বাটিকা গোলাপী মণ্ডলে ।

Assam, India | Jun 23, 2026

হৰিশিঙা পাৰিষদীয়.সমষ্টিৰ ঐতিহাসিক ভাঙ্গা.বৰুৱাত  অভিনন্দন আৰু বি পি এফ দলৰ বিজয় উৎসৱ।  

মাজৰচুৱা ভি চি ডি চি আৰু প্ৰাইমেৰী কমিটি বি পি এফ উদোগত  এই অনুষ্ঠান।

হৰিশিঙা পাৰিষদীয়.সমষ্টিৰ ঐতিহাসিক ভাঙ্গা.বৰুৱাত অভিনন্দন আৰু বি পি এফ দলৰ বিজয় উৎসৱ। মাজৰচুৱা ভি চি ডি চি আৰু প্ৰাইমেৰী কমিটি বি পি এফ উদোগত এই অনুষ্ঠান।

Assam, India | Jun 23, 2026