Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
Bipinrawat
Cds
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

সাপেখাতী: বৰহাটত মিছাজান বৰনামঘৰৰ উদ্যোগত ধৰ্মীয় অনুষ্ঠানত ড০ শ্রীশ্রী পীতাম্বৰ দেৱগোস্বামী

Sapekhati, Charaideo | Mar 27, 2024
মিছাজান বৰ নামঘৰৰ উদ্যোগত তথা নাহৰপুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত সমূহ নামঘৰ আৰু বৰহাট বাসী ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত ড০শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ বাহৰ অনুষ্ঠান আজি বুধবাৰে সন্ধিয়া ৮ বজাত অনুষ্ঠিত হয়।ধৰ্মীয় অনুষ্ঠানত শতাধিক ভক্তৰ সমাবেশ হোৱা পৰিলক্ষিত হৈছে।