Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi

বাক্সা: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন,মানাহৰ ক্ষেত্র সঞ্চালক ড০ চি ৰমেশৰ অংশগ্রহণ

Baska, Baksa | Aug 12, 2025
বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশদ্বাৰত আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মানাহ বন বিভাগৰ উদ্যোগত মানাহৰ পোহনীয়া হাতীসমূহক কল, আপেল, কুঁহিয়াৰ, বুট আদি ভিন্ন খাদ্য আগবঢ়োৱাৰ লগতে হাতীৰ মাউতসকলক বস্ত্ৰ প্ৰদান কৰা হয়।আজিৰ কাৰ্যসূচীত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালক ড০ চি ৰমেশ, উপ ক্ষেত্র সঞ্চালক ড০ শশীধৰ ৰেড্ডী আদিয়ে অংশগ্রহণ কৰে।

MORE NEWS

বাক্সা: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন,মানাহৰ ক্ষেত্র সঞ্চালক ড০ চি ৰমেশৰ অংশগ্রহণ - Baska News