নগাঁও: ধিঙৰ চহৰীয়া গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন,নিহত লোক জনৰ নাম কিৰণ নাথ,ঘৰ ধিঙৰ ভকত গাৱঁত
Nagaon, Nagaon | Aug 1, 2025 ধিঙৰ চহৰীয়া গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন ।নিহত লোক জনৰ নাম কিৰণ নাথ,ঘৰ ধিঙৰ ভকত গাৱঁত ।নিহত কিৰণ নাথ ধিঙৰ চহৰীয়া গাঁৱৰ পৰা নিজ ঘৰলৈ আহি থকা অৱস্থাতে অচিনাক্ত বাহনে খুন্দা মাৰে ।দূৰ্ঘটনা সংঘটিত কৰা বাহন খন তীব্ৰ বেগত পলায়ন কৰে ।ঘটনাস্থলিত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰৰ কৰি নগাঁৱলৈ প্ৰেৰণ কৰে ।*