ভাৰতীয় জনতা পাৰ্টীৰ তামুলপুৰ জিলাৰ বাগানপাৰা মণ্ডলত মণ্ডল সভানেত্ৰী ভিক্টৰীয়া মেধীৰ উপষ্ঠিতিত এখন সাংগঠনিক বৈঠক অনুষ্ঠিত কৰা হয় আৰু দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে সাংগঠনিক দিশত পৰ্যালোচনা কৰে। উক্ত বৈঠকত তামুলপুৰ জিলাৰ সহ: প্ৰভাৰী জিতু কিষন উপস্থিত থাকে ।