Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
image
image
image

*মৰিগাঁৱত AES/JE আৰু অন্যান্য বাহক-জনিত ৰোগ সন্দৰ্ভত জিলা টাস্ক ফ’ৰ্চৰ বৈঠক অনুষ্ঠিত* মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি AES/JE আৰু অন্যান্য বাহক-জনিত ৰোগ (VBDs) সন্দৰ্ভত প্ৰথমখন জিলা টাস্ক ফ’ৰ্চ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী নিতিশা বৰাই উপস্থিতসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। বৈঠকত মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য বিভাগৰ বিষয়া আৰু অন্যান্য লাইন বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত আকিউট এনচেফেলাইটিছ ছিণ্ড্ৰ’ম (AES), জাপানীজ এনচেফেলাইটিছ (JE) আৰু অন্যান্য বাহক-জনিত ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি আৰু চলি থকা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয়। লগতে নজৰদাৰী ব্যৱস্থা অধিক শক্তিশালী কৰা, সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসা নিশ্চিত কৰা, জনসচেতনতা বৃদ্ধি, পৰিচ্ছন্নতা বজাই ৰখা আৰু বৰষুণৰ সময়ছোৱাত সম্ভাৱ্য প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে আন্তঃবিভাগীয় সমন্বয় অধিক জোৰদাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ভাষণ প্ৰদান কৰি অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী নিতিশা বৰাই সংশ্লিষ্ট সকলো বিভাগক ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি জিলাখনত প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ কাৰ্যকৰীভাৱে ৰূপায়ণ নিশ্চিত কৰিবলৈ আহ্বান জনায়।

Laharighat, Morigaon | Jul 4, 2026

MORE NEWS

লাহৰীঘাটত ৬ টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। যোৱা নিশা লাহৰীঘাট আৰু ভূৰাগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত চাইবাৰ অপৰাধী কেইটা হল বাবুল ইছলাম, আজাহাৰুল ইছলাম, ইনামূল কৰিম, জইদুল ইছলাম, ইজাহাৰুল ইছলাম আৰু হাফিজ উদ্দিন।মৈৰাবাৰী থানাৰ চাইবাৰ অপৰাধৰ গোচৰৰ ভিত্তিত চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰে।

লাহৰীঘাটত ৬ টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। যোৱা নিশা লাহৰীঘাট আৰু ভূৰাগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত চাইবাৰ অপৰাধী কেইটা হল বাবুল ইছলাম, আজাহাৰুল ইছলাম, ইনামূল কৰিম, জইদুল ইছলাম, ইজাহাৰুল ইছলাম আৰু হাফিজ উদ্দিন।মৈৰাবাৰী থানাৰ চাইবাৰ অপৰাধৰ গোচৰৰ ভিত্তিত চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰে।

Laharighat, Morigaon | Aug 3, 2026

লাহৰীঘাটৰ টেঙাগুৰি মজলীয়া বিদ্যালয়ত নিশা চুৰি কাণ্ড ।চোৰে এটা বিদ্যুৎ চালিত মটৰ আৰু চিলিং ফেন দুটা চুৰি কৰি লৈ যায়। বিদ্যালয়খনৰ ষ্টোৰ ৰুমৰ টিনপাত উঠাই ভিতৰত সোমাই বিদ্যুৎ চালিত এটা মটৰ চুৰি কৰি লৈ যায়। ইয়াৰ উপৰি দুটা চিলিং ফেন চুৰি কৰি লৈ যায়। লাহৰীঘাটৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লাহৰীঘাটৰ টেঙাগুৰি মজলীয়া বিদ্যালয়ত নিশা চুৰি কাণ্ড ।চোৰে এটা বিদ্যুৎ চালিত মটৰ আৰু চিলিং ফেন দুটা চুৰি কৰি লৈ যায়। বিদ্যালয়খনৰ ষ্টোৰ ৰুমৰ টিনপাত উঠাই ভিতৰত সোমাই বিদ্যুৎ চালিত এটা মটৰ চুৰি কৰি লৈ যায়। ইয়াৰ উপৰি দুটা চিলিং ফেন চুৰি কৰি লৈ যায়। লাহৰীঘাটৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

Laharighat, Morigaon | Aug 3, 2026

দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে লাহৰীঘাটত আমছুৰ প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি লাহৰীঘাট আমছুয়ে দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী পুলিচ হাই হাই, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লাহৰীঘাটৰ পৰিৱেশ 
শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ লগতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ দাবী আমছুৰ।

দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে লাহৰীঘাটত আমছুৰ প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি লাহৰীঘাট আমছুয়ে দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী পুলিচ হাই হাই, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লাহৰীঘাটৰ পৰিৱেশ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ লগতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ দাবী আমছুৰ।

Laharighat, Morigaon | Jul 29, 2026

*মৰিগাঁৱত AES/JE আৰু অন্যান্য বাহক-জনিত ৰোগ সন্দৰ্ভত জিলা টাস্ক ফ’ৰ্চৰ বৈঠক অনুষ্ঠিত* মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি AES/JE আৰু অন্যান্য বাহক-জনিত ৰোগ (VBDs) সন্দৰ্ভত প্ৰথমখন জিলা টাস্ক ফ’ৰ্চ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী নিতিশা বৰাই উপস্থিতসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। বৈঠকত মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য বিভাগৰ বিষয়া আৰু অন্যান্য লাইন বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত আকিউট এনচেফেলাইটিছ ছিণ্ড্ৰ’ম (AES), জাপানীজ এনচেফেলাইটিছ (JE) আৰু অন্যান্য বাহক-জনিত ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি আৰু চলি থকা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয়। লগতে নজৰদাৰী ব্যৱস্থা অধিক শক্তিশালী কৰা, সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসা নিশ্চিত কৰা, জনসচেতনতা বৃদ্ধি, পৰিচ্ছন্নতা বজাই ৰখা আৰু বৰষুণৰ সময়ছোৱাত সম্ভাৱ্য প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে আন্তঃবিভাগীয় সমন্বয় অধিক জোৰদাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ভাষণ প্ৰদান কৰি অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী নিতিশা বৰাই সংশ্লিষ্ট সকলো বিভাগক ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি জিলাখনত প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ কাৰ্যকৰীভাৱে ৰূপায়ণ নিশ্চিত কৰিবলৈ আহ্বান জনায়। - Laharighat News