Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi

বাক্সা: শালবাৰীত ইউপিপিএলৰ কৰ্মী সভা অনুষ্ঠিত হয়, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ অংশগ্রহণ

Baska, Baksa | Aug 12, 2025
বাক্সা জিলাৰ শালবাৰীত আজি ইউপিপিএলৰ এখনি দলীয় কৰ্মী সভা অনুষ্ঠিত হয়। সভাত দলৰ সাংগঠনিক দিশ সম্পৰ্কে পৰ্যালোচনা কৰা পৰিলক্ষিত হয়। লগতে আগন্তুক বিটিচি নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় সভাত। সভাত বিটিআৰৰ মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, বিটিআৰৰ পাৰিষদ জয় মুছাহাৰী আদিয়ে অংশগ্রহণ কৰে।

MORE NEWS

বাক্সা: শালবাৰীত ইউপিপিএলৰ কৰ্মী সভা অনুষ্ঠিত হয়, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ অংশগ্রহণ - Baska News