ছিপাঝাৰৰ কাপুৰপুৰী-কছাৰীঝাৰত দুৰ্বৃত্তই কাটি তহিলং কৰিলে গছ,
নিশাৰ ভিতৰতে প্ৰায় অৰ্ধশতাধিক জোপা গছ কাটি তহিলং কৰিলে দুৰ্বৃত্তই,ছিপাঝাৰৰ এটা খিলঞ্জীয়া পৰিয়ালৰ দখলত থকা ৫বিঘা মাটিত পৰিয়ালটোৱে বছৰ বছৰ ধৰি গছ ৰোপণ কৰাৰ লগতে সংৰক্ষণ কৰিছিল গছবোৰ,গছকেইজোপা কটাত শোকত ভাগি পৰিছে দুজনীয়া পৰিয়ালটো
Assam, India | Aug 2, 2026