Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Indore
Nda
School
Politics

তিনিচুকীয়া: নিশা এখন ছটা হাথীৰ খুন্দাত ভাঙি পৰে  মাকুম ৰেল ক্রছিঙৰ ৰেল গেট

Tinsukia, Tinsukia | Jul 31, 2025
মাকুম ৰেল ক্রছিঙত অঘটন । বুধবাৰে নিশা প্ৰায় ৮.৩০ মিনিটত ডিগবৈ অভিমুখী As 23D C556 1 নম্বৰৰ  এখন ছটা হাথীৰ খুন্দাত ভাঙি পৰে  মাকুম ৰেল ক্রছিঙৰ ৰেল গেট । জানিবলৈ পৰা মতে  ৰেল গেট পৰি থকা  অৱস্থাত ছটা হাথীখনে গেটখনত সোমাই দিয়াত উক্ত ঘটনাটো সংঘটিত হয় । ঘটনা স্থলীত ৰেলৱে বিভাগৰ আৰক্ষী উপস্থিত  হৈ ঘটনাৰ কৰে তদন্ত ।
তিনিচুকীয়া: নিশা এখন ছটা হাথীৰ খুন্দাত ভাঙি পৰে  মাকুম ৰেল ক্রছিঙৰ ৰেল গেট - Tinsukia News