সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে কলিয়ামাটি, মাইবেলা নেপালী বস্তি,নিমনাগড় হাবি গাওঁত অবৈধ সুৰাৰ অভিযান চলাই ২২০ লিটাৰ পাছ নষ্ট
চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ এলেকাৰ কলিয়ামাটি, মাইবেলা নেপালী বস্তি, নিমনাগড় হাবি গাওঁত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু টেঙাপুখুৰী আৰক্ষীৰ ৷অভিযানকালত চুলাই মদৰ পাছ ২২০ লিটাৰ আৰু বিক্ৰী বাবে ৰখা চুলাই মদ ২০ লিটাৰ আৰু অবৈধ সুৰা প্ৰস্তুতকাৰী সকলৰ বিৰুদ্ধে ৪ টাকৈ গোচৰ ৰুজো জিলা আবকাৰী বিভাগৰ ৷