Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
Smartrailyatri
No video available

সোণাৰি: বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিভিন্ন সমস্যাৰ ওপৰত মত-বিনিময়

Sonari, Charaideo | Jun 18, 2024
সোণাৰি বৰহাটত পাব্লিক এপৰ বাতৰি প্ৰভাৱ,বিগত ১৪জুলাইত "বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থায়ী চিকিৎসক নিযুক্তি দিবলৈ আছুৰ দাবী"-শীৰ্ষক এটা বাতৰি পাব্লিক এপত প্ৰচাৰ হোৱাৰ পাছতেই সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মঙ্গলবাৰে ১১বজাত চিকিৎসা কেন্দ্ৰত উপস্থিত হৈ চিকিৎসালয় খনৰ চিকিৎসক,স্বাস্থ্যকৰ্মী,অভাৱৰ লগতে চিকিৎসাল খনৰ বিভিন্ন সমস্যাৰ সমাধানৰ্থে স্বাস্থ্যকৰ্মী,সচেতন লোকৰ স'তে মত বিনিময় কৰে।

MORE NEWS