Public App Logo
Jansamasya
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
New_delhi
No video available

সোণাৰি: উদয়পুৰ ধানবাৰী গাঁৱত সংঘটিত হৈছে মাৰপিটৰ ঘটনা, ধুনু খদাল নামৰ যুৱকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে একে গাঁৱৰ ময়ুৰ নায়কক

Sonari, Charaideo | Jun 18, 2024
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰ ধানবাৰী গাওঁত সংঘটিত হৈছে এক মাৰপিটৰ ঘটনা ৷উদয়পুৰ ধানবাৰী গাওঁৰ ধুনু খদাল নামৰ যুৱকে সাধাৰণ কথাতে একে গাওঁৰ ময়ুৰ নায়কক নামৰ যুৱকজনক গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰাত আহত হয় ময়ুৰ নায়ক ৷ঘটনাৰ সন্দৰ্ভত মথুৰাপুৰ থানাত এজাহাৰ দাখিল ময়ুৰ নায়কৰ ৷ মথুৰাপুৰ আৰক্ষীৰ তদন্ত অব্যাহত ৷