সোণাৰি: সোণাৰি বৰহাট মহাবিদ্যালয়ত ৰেড ৰিবন ক্লাবৰ উদ্যোগত ৰক্তদান শিবিৰ সম্পন্ন
সোণাৰি বৰহাট মহাবিদ্যালয়ত ৰেড ৰিবন ক্লাবৰ উদ্যোগত তথা আই, কিউ এ, চি, এনএছএছ, মহিলা কোষ, স্বচ্ছতা কোষ, সমাজ সেৱা কোষ আৰু ইকো ক্লাব বৰহাট মহাবিদ্যালয়ৰ সহযোগত মঙ্গলবাৰে ১২বজাত ৰক্তদান শিৱিৰ অনুষ্ঠিত হয়।শিৱিৰত বৃহত্তৰ বৰহাট অঞ্চলটোৰ ৫০জন লোকে ৰক্তদান কৰে।