সোণাৰি: নাহৰহাবি চাহবাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালিলৈ হৱ লগা নিৰ্বাচনী সভাৰ প্ৰস্তুতিৰ বুজ মন্ত্ৰী যোগেন মহনৰ
অহা কাইলৈ অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতাই লাকুৱা চফ্ৰাই মণ্ডলৰ নাহৰহাবি চাহবাগিচাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।উক্ত সভাৰ আজি প্ৰস্তুতিৰ সম্পৰ্কে দলীয় নেতৃত্বৰ সৈতে বুজ লয় অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে