সোণাৰি: চৰাইদেউত সদ্যপ্ৰয়াত বিজেপি জিলা সমিতিৰ মিডিয়া বিভাগৰ আহ্বায়ক বিজয় গগৈৰ পিতৃৰ বিয়োগৰ খবৰ ল'লে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
কেইদিনমান পূৰ্বে ভাৰতীয় জনতা পাৰ্টী চৰাইদেউ জিলা সমিতিৰ মিডিয়া বিভাগৰ আহ্বায়ক বিজয় গগৈৰ পিতৃৰ বিয়োগ ঘটে। আজি শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত উপস্থিত হয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। লগতে মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে বিধায়কগৰাকীয়ে ।