Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
No video available

সোণাৰি: সোণাৰীত নতুন ভোটাৰসকলৰ ঘৰে ঘৰে গৈ বিজেপিৰ সম্পৰ্ক অভিযানত অংশগ্ৰহণ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক নেত্ৰী প্ৰিয়ংকা কলিতাৰ

Sonari, Charaideo | Apr 4, 2024
চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ ১২০ আৰু ১২১ নং বুথৰ নৱ ভোটাৰ সকলক আজি সাক্ষাৎ কৰে বিজেপিৰ এটি দলে । আনহাতে দুয়োটা বুথ বহু কেইগৰাকী হিতাধিকাৰীৰ লগত নিৰ্বাচন সম্পৰ্কে মতবিনিময় কৰে দলে । এই সময়ছোৱাত দুয়োটা বুথৰ সভাপতি, পৃষ্ঠা প্ৰমুখ আৰু কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

MORE NEWS