সাপেখাতী: ১নং চোমদাত অসম কাঁৱৰ সমাজ উন্নয়ন সন্থাৰ ২৯সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় সাধাৰণ সম্পাদক উপস্থিত
১নং চোমদাত অসম কাঁৱৰ সমাজ উন্নয়ন সন্থাৰ ২৯সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি কাঁৱৰ সমাজ, চৰাইদেউ জিলা সমিতিৰ সহযোগত বৃহস্পতিবাৰে ১২.৩০ বজাত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি পৰীক্ষিত কাঁৱৰে আৰু স্মৃতি তৰ্পণ কৰে জিলা সমিতিৰ সম্পাদক নাৰায়ন কাঁৱৰে। সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হৰি প্ৰসাদ কাঁৱৰ, উপদেষ্টা আনন্দ কাঁৱৰে অংশগ্ৰহণ কৰে।