*শিৱসাগৰ পৌৰসভাৰ নৱ নিৰ্বাচিত পৌৰনেত্ৰী হিচাপে স্মৃতি ৰেখা দত্তৰ শপত গ্ৰহণ*
*নগৰৰ মাজমজিয়াৰ কালীপ্ৰসাদ মেমৰিয়েল হলত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে সম্পন্ন কৰা হয় শপত গ্ৰহণ অনুষ্ঠান*
*শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া দেৱব্ৰত শৰ্মা , উপ পৌৰপতি সঞ্জীৱ বড়া , জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়া , অগপ জিলা সভাপতি ঘন গগৈ , নগৰ মণ্ডলৰ সভাপতি বিশ্বদ্বীপ হাজৰিকাৰ লগতে শিৱসাগৰ পৌৰ সভাৰ প্ৰায় সমুহ ৱাৰ্ডৰ ৱাৰ্ড সদস্যৰ উপস্থিতিত এই শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়*
*জিলা খনৰ প্ৰায় শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নৱ নিৰ্বাচিত পৌৰনেত্ৰী গৰাকীক শপত বাক্য পাঠ কৰোৱাই শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীয়ে*
Smriti Rekha Dutta Takes Oath as Newly Elected Chairperson of Sivasagar Municipal Board
Smriti Rekha Dutta was sworn in as the newly elected Chairperson of the Sivasagar Municipal Board at a solemn ceremony held at Kaliprasad Memorial Hall in the heart of Sivasagar town.
The oath-taking ceremony was attended by Executive Officer of the Sivasagar Municipal Board Debabrata Sharma, Vice-Chairperson Sanjeev Bora, BJP Sivasagar District President Bitupan Raidongia, AGP Sivasagar District President Ghana Gogoi, BJP Sivasagar Town Mandal President Bishwadeep Hazarika, and ward commissioners from almost all wards under the Sivasagar Municipal Board.
The oath of office was administered to the newly elected Chairperson by Additional Deputy Commissioner of Sivasagar, Gauripriya Deori, in the presence of nearly a hundred distinguished citizens and dignitaries of the district.
#everyonefollowers #highlightseveryone