বৃহস্পতিবাৰে দিনৰ 3 বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ হাটশিঙিমাৰীত মানকাচৰৰ প্ৰাক্তন অগপ বিধায়ক জাভেদ ইছলামে আগন্তুক 2026 ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে। প্ৰাক্তন বিধায়ক জাবেদ ইছলামে মানকাচৰত বিধায়ক হৈ থকা অৱস্থাত সমষ্টিৰ বাবে বহু উন্নয়ন মূলক কাম কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ।