Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

টেঙাখাত: কেইবাজনো বিধায়কৰ উপস্থিতিত দুলীয়াজানৰ অসম গেছ কোম্পানীৰ সভা গৃহত অনুষ্ঠিত হ'ল অসম গেছ কোম্পানীৰ পৰ্যালোচনা সভা‌

Tengakhat, Dibrugarh | Jul 5, 2025
অসম গেছ কোম্পানীৰ ব্যৱসায় আৰু সামাজিক দায়বদ্ধতাৰ প্ৰয়োগ সম্পৰ্কত বুজ লোৱা  বাবে আজি দুলীয়াজানত উপস্থিত হয় অসম বিধানসভাৰ আবেদন সমিতিৰ এটা দল। ইয়াৰ পাছতে দুলীয়াজানৰ অসম গেছ কোম্পানীৰ সভাগৃহত অনুষ্ঠিত হ'ল অসম গেছ কোম্পানীৰ পৰ্যালোচনা সভা‌। এই সভাত  অসম বিধানসভাৰ আবেদন সমিতিৰ  সদস্য সকলৰ সৈতে অসম গেছ কোম্পানী লিমিটেডৰ কৰ্তৃপক্ষ, জিলা উপায়ুক্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বিষয়া আৰু কেইবাজনো বিধায়কৰ উপস্থিতিত থাকে

MORE NEWS