সাপেখাতী: চৰাইদেউত বিজেপি মহিলা মৰ্চাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, সভাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা সভাপতিৰ অংশগ্ৰহণ
চৰাইদেউত অনুষ্ঠিত বিজেপি মহিলা মৰ্চাৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা সভাপতি ৰুপম গগৈয়ে অংশগ্ৰহণ কৰে । সভাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়যুক্ত কৰাৰ সকলোক আহ্বান জনাই নেতাগৰাকীয়ে । সভাত জিলা আৰু মণ্ডল মহিলা মৰ্চাৰ বিষযববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।