Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

সোৱণশিৰি ভাগ: ঘিলামৰাত ঘিলামৰা আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সাংগঠনিক সভা, উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকদ্বয় ,জিলা সভাপতি

লখিমপুৰ জিলাৰ ঘিলামৰাত বুধবাৰে ঘিলামৰা আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হয় । ঘিলামৰা আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সাংগঠনিক সভাত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকদ্বয় ও তত্বাৱধায়ক ৰাজ কুমাৰ নীলনেত্ৰ নেওঁগ আৰু অমিত গগৈ ৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি, লখিমপুৰ জিলা কংগ্ৰেছৰ বাহাৰুল ইচলাম, হেমন্ত গগৈ, উত্তম ফুকন আদি উপস্থিত থাকে ।

MORE NEWS

সোৱণশিৰি ভাগ: ঘিলামৰাত ঘিলামৰা আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সাংগঠনিক সভা, উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকদ্বয় ,জিলা সভাপতি - Subansiri Part News