Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

সোৱণশিৰি ভাগ: বৰদৈ বামত ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল মাৰুটি ছুইফট বাহন, আঘাতপ্ৰাপ্ত হয় তিনিজন

লখিমপুৰ জিলাৰ বৰদৈ বামত দেওবাৰে আবেলি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল এখন মাৰুটি swift বাহন । পথ দুৰ্ঘটনাটোত চালক সহ তিনিজন যুৱক আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাস্থলীত স্থানীয় ৰাইজৰ লগতে আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।
সোৱণশিৰি ভাগ: বৰদৈ বামত ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল মাৰুটি ছুইফট বাহন, আঘাতপ্ৰাপ্ত হয় তিনিজন - Subansiri Part News