সোণাৰি: বনমালী চাহ বাগিছাৰ ভূঞা লাইনত
প্রধানমন্ত্রী আবাস যোজনা বাসগৃহ নিৰ্মাণৰ নামত বিজেপি পালি নেতাৰ লুণ্ঠন প্ৰতিক্ৰীয়া আটছাৰ ৷
মাহমৰা সমষ্টিত প্রধানমন্ত্রী আবাস যোজনা বাসগৃহ নিৰ্মাণৰ নামত বিজেপি পালি নেতাৰ লুণ্ঠন।মাহমৰা সমষ্টিৰ বনমালী চাহ বাগিছাৰ ভূঞা লাইনত দৰিদ্ৰ শ্ৰমিক পৰিয়ালৰ বাবে প্রধানমন্ত্রী আবাস যোজনাৰ বাসগৃহ আৱন্টন দিয়া হৈছিল ১২ টা পৰিয়ালক ২০২২ চনতে আৱন্টন পোৱা হিতাধিকাৰীয়ে আজিকোপতি চৰকাৰী ধনেৰে নিৰ্মাণ কৰা আবাসগৃহত দুৰ্নীতি দিচাংপানী পঞ্চায়তৰ ৪ নং ৱাৰ্ড মেম্বাৰ গৰাকীৰ স্বামী সোনটো গোঁহাই বিৰুদ্ধে সৰৱ আটছা চৰাইদেউ জিলা সমিতিৰ ৷