Public App Logo
Jansamasya
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Nagaur
Rahul
Indianews
New_delhi
Crpf
Himachal_pradesh
Viralvideo
Latestnews
Shorts
Himachalpradesh
���ामनवमी
Cuttack
���द
Lakhimpurkheri
No video available

সোণাৰি: বৰহাট মণ্ডলৰ ৬৫ নং বুথত বিজেপিৰ নিৰ্বাচনী সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু বিজেপিৰ জিলা সভাপতিৰ অংশগ্ৰহণ

Sonari, Charaideo | Mar 28, 2024
আজি বৰহাট মণ্ডলৰ ৬৫ নং বুথত যোৰহাট লোকসভা মিত্ৰ- জোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ দেৱৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰো। এই সভাত বুথৰ সভাপতি কাৰ্তিক বাঢ়ৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিপ্লৱ বৰুৱা , পূৰ্বাঞ্চল পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী শান্ত্বনা ফুকন, চৰাইদেউ জিলা অগপৰ সভাপতি নাৰায়ণ লাহন, যুৱ মৰ্চাৰ জিলা সভাপতি ৰূপম গগৈ, মণ্ডলৰ সভানেত্ৰী পূৰৱী দুৱৰা গগৈ উপস্থিত থাকে ।

MORE NEWS