Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi

বাক্সা: বাৰেঙাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত তিনিজন

Baska, Baksa | Aug 9, 2025
বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ বাৰেঙাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্ৰবেগী ইনোভা চাৰিচকীয়া বাহনে মহতিয়াই নিলে এখন ই-ৰিক্সা। এই দুৰ্ঘটনাৰ ফলত ই-ৰিক্সাখনত থকা তিনিজনকৈ লোক গুৰুতৰভাৱে আহত। আহত তিনিওজনকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। আহত লোক তিনিজন কেশৱ নাথ, শংকৰ বসুমতাৰী , গীতা উৰাং বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ।

MORE NEWS