লটাৰীৰে নিৰ্ধাৰণ হ’ল জন্মদাত্ৰীৰ ভাগ্য!
বৃদ্ধা মাতৃক গুৱাহাটীৰ ৰাজপথত পেলাই থৈ পলায়ন কৰিছিল দুই পাষাণ জীয়ৰীয়ে
গড়চুক আৰক্ষীয়ে উদ্ধাৰ কৰি বৃদ্ধাগৰাকীক শুৱালকুছি আৰক্ষীক গতাই দিয়ে
কোনো এজনী জীয়ৰীয়েই মাকৰ দায়িত্ব ল'বলৈ মান্তি নোহোৱাত, শুৱালকুছি থানাৰ আৰক্ষীয়ে লটাৰী কৰি প্ৰতিগৰাকী জীয়ৰীয়ে ১ সপ্তাহকৈ বৃদ্ধা মাতৃক আশ্ৰয় আৰু পোহ-পালন দিবলৈ নিৰ্ধাৰণ কৰি দিয়ে। ঘটনা পোহৰ লৈ অহাৰ পিছতেই সমগ্ৰ শুৱালকুছি অঞ্চলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে
Assam, India | Jun 2, 2026