Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

ওদালগুৰি: বড়িগাওঁত ১৪ সংখ্যক স্বৰ্গীয় ডেভিদচন ভবৰা প্ৰাক্তন বিধায়ক শোৱৰণি ফুটবল টুৰ্ণামেন্টত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী

Udalguri, Udalguri | Nov 28, 2025
ওদালগুৰি জিলাৰ অন্তৰ্গত বড়িগাঁও মিনি ষ্টেডিয়ামত জিলা খেল এচোছিয়েশ্যনৰ সহযোগত অম্বাৰু-জাম্বাৰু উদ্যোগত ১৪ সংখ্যক স্বৰ্গীয় ডেভিদচন ভবৰা প্ৰাক্তন বিধায়ক শোৱৰণি ফুটবল টুৰ্ণামেন্ট ২০২৫ ১১ নবেম্বৰ পৰা আৰম্ভ হোৱা খেল খনৰ আজি ২৮ নবেম্বৰ তাৰিখে চুড়ান্ত খেল অনুষ্ঠিত কৰা হয় ! বিটিচি চৰকাৰৰ অধ্যক্ষ তথা ওদালগুৰি জিলা খেল এচোছিয়েশ্যনৰ উপ-সভাপতি ত্ৰিদীপ দৈমাৰীয়ে উদ্বোধনী খেল খনত গ্ৰেন্দা ফুটবল দল বনাম সুমন্দন ফুটবল চুড়ান্ত খেল অনুষ্ঠিত হয়৷