নগাঁও জিলা প্ৰশাসনে তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ ব্যাপক প্ৰস্তুতি। সাত চেপ্তেম্বৰত কুঠৰিস্হিত ভূপে- দাৰ বাসস্থানৰ সন্মুখত সন্ধিয়া 7 বজাত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন। আঠ ছেপ্তেম্বৰত সন্ধিয়া সকলো নগাঁও বাসীক নিজ নিজ ঘৰৰ পদূলি মূখত দুই গছি বন্তি জ্বলাবলৈ আহ্বান জনায় জিলা আয়ুক্তৰ| ১০ ছেপ্টেম্বৰত পুৱা ১১ বজাৰ পৰা পোন্ধৰ হাজাৰ স্কুল -কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে একে লগে গাব ভূপেন দাৰ কালজীয়া গীত "মানুহে মানুহৰ বাবে"। নুৰুল আমিন ষ্টেডিয়া