Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railone
Railinfra4uttarpradesh
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Capacitybuilding
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Kalpanachawla
No video available

মাহমৰা: মাহমৰাৰ ডবাত অগপৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতিৰ উপস্থিতিত বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

Mahmora, Charaideo | Mar 20, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডবাত আজি অসম গণ পৰিষদৰ মাহমৰা সমষ্টি সমিতিৰ এখনি বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ অগপৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মূলত আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ দলে গ্ৰহন কৰিব লগীয়া ভূমিকাৰ ওপৰত আলোচনা হয় ৷ সভাত চৰাইদেউ জিলা আৰু মাহমৰা সমষ্টি সমিতিৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷

MORE NEWS