Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
भाजपा
Accident
Congress
Modi
Delhi
Viral
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Uttarakhand

ডিব্ৰুগড় আমোলাপট্টিত নিশাৰ উত্তেজনা! সুৰাৰ ৰাগীত গাড়ী ভাঙি লণ্ডভণ্ড। মাৰপিট। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ।

MORE NEWS

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাংবাদিকতা বিষয়ক কৰ্মশালা  সফল সমিপন

সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ অংশ হিচাপে ডঃ ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্সৰ সহযোগত ডিব্ৰুগড় কানৈ মহাবিদ্যালয় (স্বায়ত্বশাসিত ) ৰ  শংকৰদেৱ প্ৰেক্ষাগৃহত দিনজোৰা সাংবাদিকতা বিষয়ক কৰ্মশালা অনুষ্ঠিত।
#citynewsdibrugarh 
#highlights 
#follewers

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাংবাদিকতা বিষয়ক কৰ্মশালা সফল সমিপন সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ অংশ হিচাপে ডঃ ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্সৰ সহযোগত ডিব্ৰুগড় কানৈ মহাবিদ্যালয় (স্বায়ত্বশাসিত ) ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত দিনজোৰা সাংবাদিকতা বিষয়ক কৰ্মশালা অনুষ্ঠিত। #citynewsdibrugarh #highlights #follewers

Dibrugarh East, Dibrugarh | Aug 10, 2026

অসম-অৰুণাচল সীমান্তত গুলীচালনা, ১১ জনতকৈ অধিক আহত হোৱাৰ আশংকা!

গোগামুখৰ মিংমাং বাডতিত ভূমি বিবাদক কেন্দ্ৰ কৰি গুলীচালনাৰ অভিযোগ।

আহতসকলৰ ভিতৰত ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আহতসকলক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

অসম-অৰুণাচল সীমান্তত গুলীচালনা, ১১ জনতকৈ অধিক আহত হোৱাৰ আশংকা! গোগামুখৰ মিংমাং বাডতিত ভূমি বিবাদক কেন্দ্ৰ কৰি গুলীচালনাৰ অভিযোগ। আহতসকলৰ ভিতৰত ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

Dibrugarh East, Dibrugarh | Aug 10, 2026

ডিব্ৰুগড়ত চি পি আই (এম এল)ৰ ‘জেল ভৰো’ কাৰ্যসূচী!

সদৰ থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ—পথ অৱৰোধক লৈ আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা!
#citynewsdibrugarh 
#highlights 
#follewers

ডিব্ৰুগড়ত চি পি আই (এম এল)ৰ ‘জেল ভৰো’ কাৰ্যসূচী! সদৰ থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ—পথ অৱৰোধক লৈ আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা! #citynewsdibrugarh #highlights #follewers

Dibrugarh East, Dibrugarh | Aug 10, 2026