Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: মাজবাটৰ চিলংখুটি গাওঁত শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ উদ্ঘাটন সমাৰোহ সামৰণি পৰিল

Udalguri, Udalguri | Nov 25, 2025
ওদালগুৰি জিলাৰ মাজবাটৰ চিলংখুটি গাওঁত শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ উদ্ঘাটন সমাৰোহৰ সফল সমাপ্তি। মাজবাট ৰাজহ চক্ৰ এলেকাৰ চিলংখুটি গাওঁৰ গোৰ্খ সুধাৰ সমিতি আৰু ৰাইজৰ দান বৰঙণিৰে নতুনকৈ নিৰ্মান কৰা শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু মন্দিৰ উদ্ঘাটন সমাৰোহ কাৰ্যসূচীৰ ২১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সমাৰোহৰ ২৫ নৱেম্বৰত সফল সমাপ্তি ঘটে। আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৮ বজাত শুভাযাত্ৰা, ১০ বজাত দেৱতা স্থাপন। ১২ বজাত আৰতি ও পূস্পাঞ্জলী অৰ্পণ।

MORE NEWS

ওদালগুৰি: মাজবাটৰ চিলংখুটি গাওঁত শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ উদ্ঘাটন সমাৰোহ সামৰণি পৰিল - Udalguri News