সোণাৰি: চৰাইদেউ সাপেখাতীত অমৃত শ্বাহৰ পুত্তলিকা দাহ,এজেৱাইচিপিৰ চৰাইদেউ জিলা, সাপেতীত আঞ্চলিক সমিতিৰ প্ৰতিবাদ
চৰাইদেউ সাপেখাতীত অমৃত শ্বাহৰ পুত্তলিকা দাহ,এজেৱাইচিপিৰ প্ৰতিবাদ। চৰাইদেউ জিলাৰ সাপেখাতীত এজেৱাইচিপিৰ তীব্ৰ প্ৰতিবাদ ৷ অমৃত শ্বাহৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ কা বলবৎ হোৱাৰ লগে লগেই সাপেখাতীত তীব্ৰ প্ৰতিবাদ এজেৱাইচিপিৰ চৰাইদেউ জিলা, সাপেখাতী আঞ্চলিক সমিতিৰ ৷