Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Capacitybuilding
Worldwaterday
���ंतर्राष्ट्रीय_वन_दिवस
Railsafety
No video available

সোণাৰি: চ্যুকাফা নিমনাগড় ১৮ বছৰীয়া যুৱক নাগিনীমৰা পৰা নিজ বাসগৃহলৈ আহোতে নিৰুদ্দেশ ঘটনা সংঘটিত হৈছে যুৱকজনৰ নাম ৰঞ্জন গুৱালা ৷

Sonari, Charaideo | Mar 11, 2024
চৰাইদেউ জিলাৰ চ্যুকাফা নিমনাগড় এজন ১৮ বছৰীয়া যুৱক নিৰুদ্দেশ ৷ নাগিনীমৰাৰ পৰা নিজ গৃহলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হোৱাৰ কথা পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে ৷যুৱকজনৰ নাম ৰঞ্জন গুৱালা(১৮) বৰ্তমানেও সন্ধান নোপোৱাত পৰিয়ালৰ লোকে মথুৰাপুৰ থানাত এজাহাৰ দাখিল কৰিছে ৷মথুৰাপুৰ থানাই ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷