Public App Logo
Jansamasya
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
No video available

সোণাৰি: চৰাইদেউৰ ১ নং বৰহাট বস্তিত সোমবাৰে বাঘৰ আক্ৰমণত এজন যুৱক আহত,মৃত বাঘ উদ্ধাৰ।

Sonari, Charaideo | Mar 11, 2024
চৰাইদেউৰ ১ নং বৰহাট বস্তিত সোমবাৰে বাঘৰ আক্ৰমণত এজন যুৱক আহত,মৃত বাঘ উদ্ধাৰ। চৰাইদেউৰ ১ নং বৰহাট বস্তিৰ এখন ব্যক্তিগত চাহ বাগিছাত আজি সোমবাৰে দিনৰ ১০ মান বজাত এজন যুৱকে খৰি কাটিবলৈ যাওতেই বাঘৰ আক্ৰমণত আহত হয় । যুৱকজন চাহ বাগানৰ মাজেৰে যাওতে হৰ্থাতে ভৰিত কামোৰাত আঘাটপ্ৰাপ্ত হয় । অঞ্চলটোত বৰহাট আঞ্চলিক বন বিভিগে দাঁত, নেজ নথকা এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ ।

MORE NEWS