ভূৰাগাঁও: গেৰুৱা ৰাস মণ্ডপ প্ৰাঙ্গনত বিজেপিৰ নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত প্ৰাৰ্থী সুৰেশ বৰা, মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰী
গেৰুৱা ৰাস মণ্ডপ প্ৰাঙ্গনত বিজেপিৰ নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত প্ৰাৰ্থী সুৰেশ বৰা, মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰী। সভাত অংশগ্ৰহণ কৰি ৰমাকান্ত দেউৰীয়ে বিজেপি চৰকাৰে দিয়া আঁচনিৰ বিভিন্ন সুবিধাসমূহৰ কথা কৈ ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা কৰে।