বাক্সা জিলাৰ অঞ্চলীত আজি সন্যাসী শিৱধাম পৰিদৰ্শন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।প্ৰমোদ বড়োৱে আজি সন্যাসী শিৱধাম পৰিদৰ্শন কৰি বুজ লোৱা পৰিলক্ষিত হয়। লগতে সন্যাসী শিৱবাবাৰ আশিস লয় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।বিটিআৰ প্ৰধান প্ৰমোদ বড়োক আজি বিটিআৰৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৰ লগতে কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে সংগ দিয়ে।