Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

নলবাৰী: চহৰৰ টাউন মণ্ডলৰ অন্তৰ্গত ৩আৰু ৪ নং ৱাৰ্ডৰ শক্তিকেন্দ্ৰ আৰু বুথ কমিতি সমুহৰ পৃষ্ঠাপ্ৰমুখ সকলৰ সৈতে দলীয় সভা

Nalbari, Nalbari | Nov 28, 2025
আজি নলবাৰী টাউন মণ্ডলৰ অন্তৰ্গত ৩নং আৰু ৪ নং ৱাৰ্ডৰ শক্তিকেন্দ্ৰ আৰু বুথ কমিতি সমুহৰ পৃষ্ঠাপ্ৰমুখ সকলৰ সৈতে দলীয় সভাত অংশগ্ৰহণ কৰে নলবাৰী পৌৰসভাৰ পৌৰনেত্ৰী জয়শ্ৰী তালুকদাৰৰ লগতে দলীয় কাৰ্য্যকৰ্তাসকল

MORE NEWS

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ  অনুষ্ঠান*  *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ*
#arunodai 
#nalbari
#districtlibrary
#axombroadcast24

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ অনুষ্ঠান* *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ* #arunodai #nalbari #districtlibrary #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕"কোনেও একো দিয়া নাই আমাক "
⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে"
⭕"কোনেও খবৰ লোৱা নাই আমাৰ"
⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় 
⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ"
⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ।
#AssamFloods 
#NaazirRa 
#sivasagar 
#axombroadcast24

⭕"কোনেও একো দিয়া নাই আমাক " ⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে" ⭕"কোনেও খবৰ লোৱা নাই আমাৰ" ⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় ⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ" ⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ। #AssamFloods #NaazirRa #sivasagar #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত 
⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য 
⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ
#nazira 
#flood 
#relief 
#businessman 
#nalbari 
#axombroadcast24

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত ⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য ⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ #nazira #flood #relief #businessman #nalbari #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026