“উপনিৱেশবাদৰ পৰা মুক্ত ইতিহাস লাগে!” — অমিত শ্বাহ
মুম্বাইত Asia Societyৰ এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য।
তেওঁ কয়, “উপনিৱেশবাদৰ পৰা মুক্তি মানে ভাৰতীয় দৃষ্টিভংগীৰে, কোনো ধৰণৰ বিকৃতি নকৰাকৈ জনসাধাৰণৰ সন্মুখত সম্পূৰ্ণ ইতিহাস উপস্থাপন কৰা।”
Assam, India | Sep 13, 2026