সোণাৰি: ৰজাপুখুৰী নকছাৰী দেবী টুকুৰা চুবুৰীত বিজেপি নিৰ্বাচনী সভাত অংশগ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী মণ্ডলৰ অন্তৰ্গত ৰজা পুখুৰী নকছাৰী দেবী টুকুৰা চুবুৰীত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ সভা। প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ৷ সভাত উপস্থিত থাকে বিজেপি দলৰ বহু কেইগৰাকী কৰ্মকৰ্তা ৷