Public App Logo
Jansamasya
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Meerut
Fire
Jhansi
Rain
No video available

সোণাৰি: ১০ এপ্ৰিলত মুখ্যমন্ত্ৰীৰ সভাক সফল কৰিবলৈ সোণাৰিত ৰাইজক আহ্বান বিজেপিৰ চৰাইদেউ জিলা সভাপতি লক্ষীনাথ তাছাৰ

Sonari, Charaideo | Apr 9, 2024
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ পাটসাঁকো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী সভাক সফল কৰিবলৈ ৰাইজক আহ্বান চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাছাৰ। যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ বিশাল নিৰ্বাচনী সভাত জনতাক সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।