Public App Logo
Jansamasya
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
No video available

মাহমৰা: ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈক মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে বদলি

Mahmora, Charaideo | Feb 23, 2024
ৰাজ্য চৰকাৰে আজি সন্ধিয়া প্ৰকাশ কৰা এক নিৰ্দেশ অনুসৰি ৰাজ্যৰ বিভিন্ন ৰাজহ চক্ৰৰ লগতে চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়কো বদলিৰ নিৰ্দেশ জাৰি কৰিছে ৷ মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈক ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰলৈ বদলি কৰা হৈছে ৷ একেদৰে মাহমৰা ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়া ভাৰতী বৰাকো তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰলৈ বদলি কৰা হৈছে ৷ ইণ্ডিকা গগৈৰ স্থানত নিযু্ক্তি দিয়া হৈছে তিতাবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিশ্বজিত বৰাক ৷

MORE NEWS