সোণাৰি: বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত সোণাৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ শক্তি বিভাগৰ প্রতিকৃতি দাহ
সোণাৰিতো আছুৰ প্ৰতিবাদ। শক্তি বিভাগৰ প্রতিকৃতি দাহ। বিদ্যুৎ মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদ সোণাৰিৰ আঞ্চলিক ছাত্র সন্থাৰ। সোণাৰিৰ নগৰৰ মাজ মজিয়াত বিদ্যুত বিভাগৰ প্ৰতিকৃতি দাহ কৰি বিদ্যুতৰ মাছুল হ্ৰাস কৰাৰ লগতে বিদ্যুতৰ যোগান নিয়মীয়া কৰিবলৈ বিজেপি চৰকাৰক সকীয়নী আছুৰ।