ধুবুৰী ভাগ: চহৰত বিজেপি কিষান মৰ্চাৰ নৱ নিযুক্ত বিষয়ববীয়াৰ পৰিচয় পৰ্ব অনুষ্ঠান
ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ কাৰ্যালয়ত কিষান মর্চাৰ নৱ-নিযুক্ত বিষয়ববীয়াৰ সৈতে এটা পৰিচয় পর্ব অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ধুবুৰী জিলাৰ সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়া আৰু কিষান মর্চাৰ জিলাৰ সভাপতি বিশ্বজিৎ ৰায় উপস্থিত থাকে। লগতে নতুন জিলা সমিতিখনৰ সদস্য সকলো উপস্থিত থাকি সাংগঠনিক দিশত আলোচনা কৰা হয় ৷