বাক্সা: জাখলিৰপাৰ স্থিত মথনগুৰী মণ্ডল বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ যোগদান কাৰ্যসূচী,উপস্থিত EM
Baska, Baksa | Sep 4, 2025 ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাখলিৰপাৰ স্থিত মথনগুৰী মণ্ডল বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ যোগদান কাৰ্য্যসূচী। উক্ত কাৰ্যসূচীত উপস্থিত থাকে BTR ৰ EM গৌতম দাস, মৈৰাঝাৰ ভি চি ডি চি, বাৰাপেটা ভি চি ডি চি, আৰু উত্তৰ কালঝাৰ ভি চি ডি চিৰ প্ৰায় ৩০০ জনতকৈও অধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত ।এই কাৰ্য্যসূচীত উপস্থিত থাকে, মথনগুৰী মণ্ডল বিজেপিৰ সভাপতি ঘনশ্যাম বৰ্মন, সাধাৰণ সম্পাদক মুনিন দাস, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ধীৰাজ দেউৰী, বাক্সা জিলা বি