সোণাৰি: সোনাৰিত ৰজাপুখুৰী গাওঁ পঞ্চায়তৰ অধীনস্থ থকা ৪নং ৱাৰ্ডৰ এটা বিধস্ত পথে ৰাইজক জ্বলা কলা খুৱাইছে প্ৰতিক্ৰীয়া স্থানীয় ৰাইজৰ
সোনাৰিত এটা বিধস্ত পথে ৰাইজক জ্বলা কলা খুৱাইছে যাতায়তৰ একমাত্ৰ পথ মেৰামতিৰ দাবীত উলাই আহিছে ৰাইজ সোনাৰি সমষ্টিৰ ৰজাপুখুৰী গাওঁ পঞ্চায়তৰ অধীনস্থ থকা ৪নং ৱাৰ্ডৰ স্থানীয় ৰাইজে র্দীঘ দিন ধৰি উন্নত হোৱাৰ সন্দৰ্ভত সাংসদ বিধায়কৰ কাষ চাপিও আজিকোপতি সোনাৰি নামৰূপ সংযোগী মুল পথৰ পৰা কিছু দুৰত তথা ৰজাপুখুৰী তিনি আলি হৈ নকছাৰি গাওঁৰ সংযোগী পথৰ দুৰৱস্থাৰ সম্পৰ্কে প্ৰতিক্ৰীয়া স্থানীয় ৰাইজৰ ৷